3rd and 4th grade related questions and answers

 


 Question and answers 



উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে?

উত্তৰত্ৰিপুৰা।


/ঐতিহাসিক দাণ্ডী শোভাযাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?

উত্তৰলীলাধৰ বৰুৱা।


/অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে?

উত্তৰ খন ৰাজ্য।


অসমৰ বাবে নতুন জি আই টেগ কি?

উত্তৰগামোচা।


/অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে?

উত্তৰকৰিমগঞ্জ।


/প্ৰথম অসমীয়া অনাতাঁৰ নাটক কি আছিল?

উত্তৰবিন বৈৰাগী।


/নৰনাৰায়ণৰ ৰাজত্ব কালত কোনগৰাকী ভ্ৰমণকাৰীয়ে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰৰালফ ফিটছ।


/কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল?

উত্তৰঅম্বিকাকুঁৱৰী।


/অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ১৯১৭ চনত।


/জাটিংগা কোনখন জিলাত অৱস্থিত?

উত্তৰডিমা হাছাও।


১০ভাৰতত সোমোৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়?

উত্তৰছিয়াং।


১১গোপীনাথ বৰদলৈক কোনে ‘ লোকপ্ৰিয় ‘ উপাধি প্ৰদান কৰিছিল?

উত্তৰজয়ৰাম দাস দৌলতৰাম।


১২/ ‘চক্ৰফেটি বুৰঞ্জী ‘কোনে লিখিছিল?

উত্তৰনুমলী বৰগোহাঁই।


১৩আজান পীৰ দৰগাহ  অৱস্থিত?

উত্তৰশিৱসাগৰ।


১৪/ AIDC  সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Assam Industrial Development Corporation Limited.


১৫অসমৰ ৰাজ্যপাল কোন?


উত্তৰ : গুলাব চান্দ কটাৰিয়া।


১৬কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR) অন্তৰ্ভুক্ত নহয়?

উত্তৰবঙাইগাঁও।


১৭আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন?

উত্তৰকাৰ্বি আংলং।


১৮অসমীয়াত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিল?

উত্তৰপদ্মনাথ গোহাঞিবৰুৱা।


১৯/ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল?

উত্তৰলেফটেনেন্ট চিংগাৰ।


২০/ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে?

উত্তৰছয়খন।


২১অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত?

উত্তৰচক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য 


২২নামদাং নদী ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?

উত্তৰৰুদ্ৰ সিংহ।


২৩অসমৰ পৰা মুখ্য ন্যায়ধীশ কোন আছিল?

উত্তৰৰঞ্জন গগৈ।


২৪/গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ১৯৭০ চনত।


২৫কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল?

উত্তৰ:১৮৮৯ চনত।


২৬/অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে?

উত্তৰডিব্ৰুগড় জিলাত।


২৭/BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰ১০ ফেব্ৰুৱাৰী,২০৩


২৮/ব্ৰহ্মপুত্ৰৰ উপনদী গাই কোন নদীৰ মাজত অৱস্থিত?

উত্তৰদিহাং আৰু সোৱণশিৰি।


২৯/টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত?

উত্তৰযোৰহাট।


৩০/চূণশিলৰ প্ৰধান মজুত কোন জিলাত পোৱা যায়?

উত্তৰডিমা হাছাও জিলাত।



৩১বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যখন কি?


উত্তৰ : মণিপুৰ।


৩২/কোন বছৰত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ১৯৭৩ চনত।


৩৩অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক?

উত্তৰকামৰূপ জিলা।


৩৪/অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ  অৱস্থিত?

উত্তৰমাকুম।


৩৫/চিমেণ্ট ফেক্টৰি বাবে অসমৰ কোনখন ঠাই বিখ্যাত?

উত্তিৰবোকাজান।


৩৬উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি?

উত্তৰঅৰুণাচল প্ৰদেশ।


৩৭/অসমৰ কোনখন জিলাত ৰাষ্ট্ৰীয় সাৰ কাৰখানা অৱস্থিত?

উত্তৰনামৰূপ।


৩৮/অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা হাঁহ ( দেওহাঁহপোৱা যায়?

উত্তৰনামেৰি।


৩৯/অসমৰ কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰ১৯৭৪ চনত।


৪০অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল কিমান?

উত্তৰ: 78438 sq.km.


৪১অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে?

উত্তৰদুখন দেশ।


৪২/কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়?

উত্তৰ২০০৩ চনৰ  এপ্ৰিল তাৰিখে।


৪৩/২০১১ চনৰ লোকপ্পিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ৬৬.২৭%


৪৪অসমৰ লোকসভাৰ কোনটো সমষ্টি অনুসূচিত জাতি জাতিৰ বাবে সংৰক্ষিত?

উত্তৰকৰিমগঞ্জ।


৪৫/কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ব্যাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে?

উত্তৰ:২০০৭ চনত।


৪৬/অসমৰ প্ৰথম ব্যাঘ সংৰক্ষিত বনাঞ্চল কোনখন?

উত্তৰমানাহ ব্যাঘ সংৰক্ষিত বনাঞ্চল।


৪৭/প্ৰত্নতাত্বিক স্থান ‘দেওপাহাৰ’  অৱস্থিত?

উত্তৰনুমলিগড়।


৪৮কেইখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায়?

উত্তৰতিনিখন।



৪৯/অসমৰ পৰা ‘অশ্বমেধ যজ্ঞ’ কৰা প্ৰথম জন ৰজা কোন আছিল?

উত্তৰমহেন্দ্ৰবৰ্মন।


৫০/কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল?

উত্তৰৰাজেশ্বৰ সিংহ।


৫১/আহোম মোগলৰ শেষ যুদ্ধ হোৱা ঠাইখনৰ নাম কি?

উত্তৰইটাখুলি।


৫২/আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন?

উত্তৰ:সুতামলা।


৫৩কোনখন সন্ধিৰ দ্বাৰা অসমৰ ওপৰত মানৰ আক্ৰমণৰ অন্ত পৰিছিল?

উত্তৰইয়াণ্ডাবু সন্ধি।


৫৪/কোনটো ঘটনাক অসমৰ জালিয়ানৱালা ৰাগ কাণ্ড বুলি জনা যায়?

উত্তৰপথৰুঘাটৰ ফায়াৰিং।


৫৫/বংগৰ পৰা অসমক কেতিয়া বিচ্ছিন্ন কৰা হৈছিল?

উত্তৰ:১৮৭৪ চনত।


৫৬অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰবাবু বসন্ত কুমাৰ দাস।


৫৭/ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে?

উত্তৰ:A- 371B


৫৮/স্বাধীনোত্তৰ অসমৰ পূৰ্বৰ ৰাজধানী কি আছিল?

উত্তৰশ্বিলং।


৫৯আমেতি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱক জনপ্ৰিয়ভাৱে কি বুলি জনা যায়?

উত্তৰঅম্বুবাচী মেলা।


৬০/বাংগালা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়?

উত্তৰগাৰোসকলৰ দ্বাৰা।


৬১/প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল?

উত্তৰঅৰুণোদয়ই।


৬২/কোন বছৰত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল?

উত্তৰ১৮৬২ চনত।


৬৩/’ভিলেজ ৰকষ্টাৰ’ কোনে পৰিচালনা কৰিছিল?

উত্তৰৰীমা দাস।


৬৪/কাৰেংঙৰ লিগিৰি কোনে লিখিছিল?

উত্তৰজ্যোতিপ্ৰসাদ আগৰৱালা।


৬৫/আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাট কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰস্বৰ্গদেউ গৌৰীনাথ সিংহ।


৬৬/কোন নৃত্যক ওমৰাগ নৃত্য বুলি কোৱা হয়?

উত্তৰআলি আই লৃগাং।


৬৭নামঘোষা কোনে লিখিছিল?

উত্তৰমাধৱদেৱ।


৬৮জীয়াভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰশোণিতপুৰ।


৬৯/উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল?

উত্তৰমণিৰাম দেৱান।


৭০/কাক দিহিঙীয়া ৰজা বুলিও জনা যায়?

উত্তৰচুহুংমুং।


৭১/প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন কোনে লিখিছিল?

উত্তৰহেম সৰস্বতী।


৭২/জয়মতী চলচ্চিত্ৰ খন কোন বছৰত মুক্তি পাইছিল?

উত্তৰ:১৯৩৫ চনত।


৭৩/কোন ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল?

উত্তৰপ্ৰতাপ সিংহ।


৭৪/কোনজন আহোম ৰজাই নৰনাৰায়নৰ সৈতে মাজুলী চুক্তি স্বাক্ষৰ কৰিছিল?

উত্তৰচুখামফা।


৭৫/কোনগৰাকী আহোম স্বৰ্গদেউয়ে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল?

উত্তৰগদাধৰ সিংহ।


৭৬/প্ৰথমবাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?

উত্তৰ:১৭৬৯ চনত।


৭৭/সতী সাধিনী জুন ৰাজবংশৰ ৰাণী আছিল?

উত্তৰচুতীয়া বংশৰ 


৭৮/অসমত প্ৰথম ৰেলপথ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৮৮১ চনত।


৭৯/কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল?

উত্তৰৰুদ্ৰ সিংহ।


৮০/স্বাধীনতাৰ সময়তকোনে মৃত্যু বাহিনী গঠন কৰিছিল?

উত্তৰপুষ্পলতা 

Post a Comment

0 Comments